June 24, 2025 7:12 PM
14
ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন স্পীনাৰ দিলীপ দোছিৰ মৃত্যু
ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া স্পীনাৰ দিলীপ দোছিৰ যোৱানিশা লণ্ডনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। ৩২ বছৰ বয়সত ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা দিলীপ দোছীয়ে ভাৰতৰ হৈ ৩৩ খন টেষ্ট মেচ খেলি ১১৪ টা উইকেট অধিকাৰ কৰে। কপিল দেৱৰ নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলৰ হৈ তেওঁ স্পীন আক্ৰমণৰ গুৰি ধৰিছিল। ৰঞ্জী টফ্ৰীত তেওঁ বংগ দলক প্রতিনিধিত্ব কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯৭৯ চনত চেন্নাইৰ চেপক ষ্টেডিয়ামত টেষ্ট খেলুৱৈৰ জীৱন আৰম্ভ কৰা দিলীপ দোছিয়ে সেইটো শ...