March 25, 2025 8:32 PM March 25, 2025 8:32 PM
4
ৰাজ্যসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা
ৰাজ্যসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ নিজ দাংগিয়ে কয় যে বিধেয়কখনত প্ৰধানমন্ত্ৰী পৰিচৰ্যা পুজি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট দিয়া হোৱা নাই। শাসকীয় পক্ষৰ সাংসদসকলে চৰকাৰৰ কোৱিড ব্যৱস্থাপনা সন্দৰ্ভত দাংগিয়ে কৰা এই মন্তব্যৰ বিৰোধিতা কৰে । বিজেপিৰ ব্ৰীজলালে কয় যে দুর্যোগ ব্যৱস্থাপনাৰ মূল দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিপৰ্যয়ৰ সময়ত ৰাজ্যসমূহলৈ সম্ভাৱ্য সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়ায়। তে...