February 6, 2025 12:26 PM
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই মহোৎসৱ উদ্বোধন...