February 6, 2025 12:26 PM February 6, 2025 12:26 PM
6
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° হাজৰিকাই সমৱেত লেখক-সাহিত্যিকসকলৰ প্ৰতিভা অভিজ্ঞতা আৰু উপলব্ধিয়ে ছাত্ৰ সমাজক উপকৃত কৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত অংশ লৈ বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত এই সাহিত্য মহোৎসৱে ছাত্ৰসকলৰ লগতে উদীয...