ডাউনলোড
মোবাইল এপ

android apple
signal

April 24, 2025 12:02 PM

হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ আর্শ্বাদ হুছেইনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশৰ ধৰ্মশালাত যোৱা ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপৰ ৯৩ কিলোগ্রাম অনূৰ্ধ্ব শাখাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মে...