July 6, 2025 1:45 PM
ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত খেলুৱৈৰ বাবে আয়োজিত গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ সামৰণি
ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই যোৱা ২ জুলাইৰ পৰা খেলুৱৈসকলৰ বাবে আয়োজন কৰা গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ কালি সামৰণি পৰে। খেল পথাৰত এগৰাকী খেলুৱৈয়ে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কে...