ডাউনলোড
মোবাইল এপ

android apple
signal

August 29, 2024 8:57 PM

ৰাজ্য চৰকাৰক ডিব্ৰুগড়ৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰৰ ২০০ কুইণ্টল ধান বিক্ৰী

ডিব্ৰুগড় জিলাৰ মৰাণ কৃষি চক্ৰৰ পথালি গাঁও পঞ্চায়তৰ ১ নম্বৰ হলৌগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক জয়দীপ মালিমিহিৰে চৰকাৰক প্ৰায় ২০০ কুইণ্টল ধান বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। প্ৰায় ৫০ বিঘা ভূমিত জ...