June 8, 2024 8:53 PM June 8, 2024 8:53 PM
7
ডিব্ৰুগড়ত খ্ৰীষ্টধৰ্মীসকলৰ সমাধিক্ষেত্ৰৰ উন্নয়নৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভা, জিলা আয়ুক্তৰ অংশগ্ৰহণ
ডিব্ৰুগড় জিলাৰ আয়ুক্তই আজি জিলাখনৰ খ্ৰীষ্টধৰ্মীসকলৰ কাৰণে নিৰ্দিষ্ট সমাধিস্থলীত উপস্থিত হৈ সমাধিক্ষেত্ৰত চলি থকা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে খ্ৰীষ্টধৰ্মীসকলৰ সমাধিস্থলীৰ উন্নয়নৰ কাৰণে গঠন কৰা উপদেষ্টা সমিতিৰ সৈতে মে’ মাহত অনুষ্ঠিত হোৱা আলোচনাৰ সিদ্ধান্তমৰ্মে আজি এই পর্যালোচনা সভাখন আহ্বান কৰা হয়। সভাত জিলা পৰিষদ, লোকনিৰ্মাণ বিভাগৰ বিভিন্ন বিষয়ববীয়া আৰু জিলা উন্নয়ন আয়ুক্তকে ধৰি অভিযন্তা তথা কাৰ্যকৰী সদস্যসকল উপস্থিত থাকে। উল্লেখযো...