November 11, 2025 12:10 PM November 11, 2025 12:10 PM

views 22

ইছৰোৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশেষ প্ৰচাৰ কাৰ্যসূচী

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি এখন বিশেষ প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰচাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ইছৰোৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত শ্বিলঙৰ নৰ্থ-ইষ্ট স্পেছ এপ্লিকেছন চেণ্টাৰত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আলোচনা চক্ৰত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা গৱেষণা প্ৰকল্প উপস্থাপন কৰিবলৈ সুযোগ প্রদান কৰা। এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ইছৰোৰ ড০ অৰূপ বুঢ়াগোঁহাইসহ দুজনীয়া বিজ্ঞানীৰ দল...