May 2, 2024 6:49 PM May 2, 2024 6:49 PM

views 14

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনৰ পর্যালোচনা বৈঠক

চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনে আজি জিলা আয়ুক্তৰ উপস্থিতিত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত জিলাখনৰ আটাইকেইখন চৰকাৰী, প্রাদেশিকীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যক্ষসকলৰ উপস্থিতিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিতংভাৱে চালি-জাৰি চোৱা হয়। তদুপৰি এই পৰীক্ষাত ১০০ শতাংশ ছাত্...