October 8, 2025 12:24 PM

views 23

মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ডিব্ৰুগড় মহানগৰৰ প্ৰতি ভাবুকি

ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই মহানগৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত হোৱা খহনীয়াত কালি এটা যোগ প্রশিক্ষণ কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই খহনীয়া মহানগৰখনৰ জগাৰ্ছ পার্ককে ধৰি ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ অশনি সংকেট কঢ়িয়াই আনিছে। কালি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে জলসম্পদ বিভাগৰ ভালেকেইগৰাকী উচ্চ পদস্থ বিষয়া খহনীয়াস্থলীত উপস্থি...

August 20, 2025 12:13 PM

views 20

ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰী ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত পৰিছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতা সোঁতে ৮০ মিটাৰ অৱশিষ্ট ভূমিৰ লগতে অঞ্চলটোৰ বহুকেইটা ঘৰ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰীৰ নৈপৰীয়া ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্রয় লৈছে। ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই সুৰক্ষা বান্ধ বিচ্ছিন্ন হ’লে নগৰখনত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বানৰ সৃষ্টি কৰিব। ইয়াৰ কাষতেই ডিব্ৰু...