August 17, 2025 12:50 PM

views 14

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগৰ ২০২৫-২৬ শিক্ষাবৰ্ষত হ’বলগীয়া পাঠ্যক্ৰমৰ বাবে আৱেদন আহ্বান

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগে ২০২৫-২৬ শিক্ষাবৰ্ষত হ'বলগীয়া নাৰ্ছিং, ফার্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল, বাণিজ্য আৰু মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্রার্থীৰ পৰা আবেদন বিচাৰিছে। নির্বাচিত প্রার্থীসকলক যিকোনো চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰ বাবে সংযুক্ত কৰা হ'ব। ইয়াৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে ২৫ আগষ্ট, ২০২৫ ভিতৰত www.skaceducation.inৰ যোগেদি অনলাইযোগে আবেদন কৰিব পাৰিব। এই ৱেবছাইটোৰ পৰা পাঠ্যক্ৰমৰ ...