June 22, 2024 7:05 PM

views 18

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ সময়ত ল’বলগীয়া কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা সভা

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বানৰ সময়ছোৱাত ল'বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপ-সচিব আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক অলকানন্দা মেধিৰ উপস্থিতিত অনুষ্ঠিত সভাত খহনীয়া প্ৰতিৰোধৰ বিষয়ে আলোচনা কৰা হয়। পর্যালোচনা সভাত ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মণিকা বৰাৰ লগতে বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰবিষয়াসকল উপস্থিত থাকে। পর্যালোচনা বৈঠকৰ অন্তত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে ...