July 20, 2025 1:01 PM July 20, 2025 1:01 PM

views 7

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ বৈঠক

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰা এই আঁচনিৰ বাবে লাভ কৰা হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। যিসমূহ চাহ বাগিচাই বৰ্তমানলৈ হিতাধিকাৰীৰ তালিকা আৰু প্ৰপত্ৰ সংশ্লিষ্ট বিভাগক জমা দিয়া নাই সেইসমূহ বাগিচাৰ কৰ্তৃপক্ষক সোনকালেই প্রপত্রসমূহ সংশ্লিষ্ট বিভাগক জমা দিবলৈ...