April 26, 2025 12:10 PM April 26, 2025 12:10 PM

views 5

ডিব্ৰুগড়ত কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি পূৰ্বাঞ্চল অসম বাণিজ্য আৰু উদ্যোগ সংস্থাৰ

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কালি সন্ধিয়া ডিব্ৰুগড়ত পূৰ্বাঞ্চল অসম বাণিজ্য আৰু উদ্যোগ সংস্থাই এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে। সংস্থাৰ সদস্যসকলকে ধৰি অন্যান্য লোকে মমবাতি জ্বলাই নিহতসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। ডিব্ৰুগড়ৰ থানা চাৰিআলিত আয়োজিত এই শ্রদ্ধাঞ্জলি কাৰ্যসূচীত অংশ লোৱা জনসাধাৰণে চৰকাৰে এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰি চৰকাৰে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি আশা প...