March 12, 2025 1:19 PM
ডিব্ৰুগড়ৰ ৰমাইঘাটত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত ছজন লোকক গ্ৰেপ্তাৰ
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমাইঘাটত কালি ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ ভিতৰত বিনোদ চাংঘা নামৰ এজন তান্ত্ৰিকো আছে বুলি...