August 29, 2024 9:18 PM

views 21

ডিব্ৰুগড় জিলাত ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন ৰূপায়ণৰ প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন সফলতাৰে ৰূপায়ণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আজি জিলাখনৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ বিভিন্ন সমবায় সমিতি পৰিদৰ্শন কৰে। দলটোৱে অহা ৩১ আগষ্টৰ ভিতৰত জিলাখনৰ এহেজাৰ ৫৮৬ গৰাকী সুলভ মুল্যৰ এজেণ্টৰ গুডামত ছেপ্টেম্বৰ মাহৰ বাবে আবণ্টিত চাউল মজুত ৰখাটো নিশ্চিত কৰে। বিভাগে লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সকলো হিতাধিকাৰীক অহা ১ ছেপ্টেম্বৰৰ পৰা সমীপৱৰ্তী সুলভ মূল্যৰ এজেণ্টৰ পৰা চাউল সংগ্...