May 8, 2025 11:25 AM

views 32

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ দাবীত প্রধানমন্ত্ৰীলৈ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্মাৰক-পত্ৰ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰটো নামকৰণৰ দাবীত ডিব্ৰুগড় প্ৰেছ ক্লাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত দেশৰ পূব প্ৰান্তত থকা এই বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত কৰাৰ লগতে বৰেণ্য শিল্পীগৰাকীৰ নামেৰে নামকৰণৰ দাবীত প্ৰেছ ক্লাবে জিলাখনৰ আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্রধানমন্ত্ৰীৰ লগতে অসামৰিক বিমান পৰিবহণ মন্ত্রী, ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ...