August 12, 2025 12:45 PM August 12, 2025 12:45 PM
3
ডিব্ৰুগড়ত নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা আৰু সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা প্ৰদান
প্রয়াত সাংবাদিক নীলিম চৌধুৰীৰ মৃত্যু বার্ষিকী উপলক্ষে কালি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা আৰু সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নিলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক সূৰ্য্য বৰা আৰু সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হিৰণ্য বৰাক প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নিলিম চৌধুৰীৰ পৰিবাৰ ড° সুবাসনা মহন্...