July 10, 2025 10:36 PM

views 11

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰীয়াত আক্ৰান্ত হৈ কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত নৱজাতকৰ পৰা ৫ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱা হ'ব। জিলাখনৰ আশাকৰ্মীসকলে শিশু থকা পৰিয়ালৰ ঘৰে ঘৰে গৈ অ' আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰিব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ সাতগাঁৱৰ ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজিৰ পৰা ডায়েৰীয়া প্ৰতিৰোধ কাৰ্যসূচী ...