September 8, 2024 12:02 PM

views 13

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ধুবুৰী জিলাত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন

ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত কালি এটা বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় আৰু অঙ্গনৱাদী কেন্দ্ৰসমূহত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছে যদিও শিক্ষার্থী সকলৰ সামগ্রিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই স্বাস্থ্য শিবিৰটো বিশেষভাৱে অনুষ্ঠিত কৰ...