December 17, 2024 6:27 PM
14
সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি ধর্মেন্দ্র প্রধানৰ প্ৰকাশ
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা বছৰৰ পৰা নিযুক্তি পৰীক্ষাৰ পৰিৱৰ্তে, উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে ১০টা নতুন পদ সৃষ্টি কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক পুনর্গঠনৰ পৰিকল্পনা লৈছে। NEET UG অনলাইন নে কাগজে কলমে অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ আৰু কয় য...