August 24, 2024 12:04 PM

views 19

ধিঙত ছাত্রীক ধৰ্ষণৰ ঘটনাৰে জড়িত এজন অভিযুক্তৰ মৃত্যু

নগাঁও জিলাৰ ধিঙৰ এগৰাকী ছাত্রীক ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশা মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়া অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, নগাঁও জিলাৰ ধিঙত যোৱা ২২ আগষ্টৰ সন্ধিয়া এগৰাকী ছাত্রীক ৩ জন অভিযুক্তই যৌন নির্যাতন চলাইছিল। ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজনৰ সন্ধান এতিয়াও অব্যাহত ৰাখিছে। ইপিনে, মুখ্যমন্ত্রী হিমন্...