January 7, 2026 8:53 PM January 7, 2026 8:53 PM
1
ধেমাজিত অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
অহা ২০ জানুৱাৰীত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ মাছখোৱাৰ যোৰকটা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে প্ৰতিবছৰে কেইবাটাও বঁটা প্ৰদান কৰি আহিছে। আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্র লেখক বিশ্বনাথৰ নিগম গাঁৱৰ শৰৎ দুৱৰা, ধেমাজি জিলাৰ মাছখোৱাৰ অজিৎ দিহিঙ্গীয়া আৰু যোৰহাট জিলাৰ জাঁজীৰ দীনেশ শর্মাই এই বৰ্ষৰ ৰেডিঅ' অনুৰাগী শ্রোতা বন্ধু বঁটা লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰ...