June 20, 2025 8:36 PM June 20, 2025 8:36 PM
12
লখিমপুৰ জিলাত ৰূপায়িত চৰকাৰৰ আঁচনিৰ বুজ লয় সাংসদ প্ৰদান বৰুৱাই
লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজী আৰু মাছখোৱাত অনুষ্ঠিত দুখনকৈ সভাত জিলাখনত ৰূপায়িত চৰকাৰৰ আঁচনিসমূহ সন্দৰ্ভত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ পৰা বুজ লয়। সাংসদগৰাকীয়ে জিলাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে দলীয় কার্যকর্তাসকলক সক্রিয় সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে জিলাখনত দলটোৰ সাংগঠনিক দিশসমূহৰ বিষয়েও আলোচনা কৰে। সেৱাই সংগঠন মূল মন্ত্ৰক সৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি সমৰ্পিত হোৱাৰ লগতে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈও তে...