June 8, 2024 8:56 PM June 8, 2024 8:56 PM
10
ধেমাজিত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়াৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ
ধেমাজি জিলাত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়া ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত বৃদ্ধি পোৱা এই ৰোগৰ ফলত জিলাখনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে এই ব্যৱস্থা লৈছে। ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী ডাঃ কিশোৰ কামানে প্ৰকাশ কৰা মতে, এইবাৰ এনে ধৰণৰ ৰোগসমূহ নিয়ন্ত্ৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে ৰোগৰ প্ৰাদূৰ্ভা...