ডাউনলোড
মোবাইল এপ

android apple
signal

April 19, 2025 7:54 PM

ধেমাজিৰ কুমতীয়া নৈত গা ধুবলৈ গৈ ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি

ধেমাজিৰ আউনিআটি গাঁৱৰ কাষৰ কুমতীয়া নৈত গা ধুবলৈ গৈ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিছে। মৃত কিশোৰীগৰাকী আউনিআটি গাঁৱৰ বিজুমণি বনিয়া বুলি জানিবলৈ পৰা গৈছে। কিশোৰীগৰাকীয়ে লগৰীয...