February 8, 2025 8:40 PM February 8, 2025 8:40 PM

views 7

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা

ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ ১১ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ল'ৰা আৰু ছোৱালীৰ শাখাত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছে। ধেমাজি মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত উদ্বোধনী সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু মহাবিদ্যালয়সমূহৰ পৰ্যৱেক্ষকসকলকে ধৰি ভালেসংখ্যক খেলুৱৈ আ...