June 5, 2025 9:32 PM
সামাজিক মাধ্যমত পক্ষী নিধনৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ধেমাজিৰ চিমেন চাপৰিৰ ৩জন যুৱকক গ্ৰেপ্তাৰ
ধেমাজি আৰক্ষীৰ সহযোগত বন বিভাগে সামাজিক মাধ্যমত পক্ষী নিধনৰ ভয়াৱহ দৃশ্য আপলোড কৰাৰ অভিযোগত চিমেন চাপৰি অঞ্চলৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক কেইজন চিমেনচাপৰি থানাৰ অন্তৰ্গত হস...