September 21, 2024 9:30 PM

views 16

ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ, ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কোচ, খহুলী দেৱী, মণিৰাম কোচ, লেৰেলা কোচ, সৰুনাথ চুতীয়া, দয়াল পাণিকা আৰু মংগল কোচ নামৰ শ্বহীদ কেইগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অঞ্চলটোৰ ৰাইজে গ্রহণ কৰা বিশেষ ভূমিকা আৰু আত্মবলিদানৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। ঢেকীয়াজুলি অঞ্চলৰ সা...