July 28, 2025 11:30 AM

views 29

ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ

ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়লৈ প্ৰায় চাৰি কোটিকৈ টকা আৱণ্টন হৈছে। উল্লেখযোগ্য যে জনজাতীয় অঞ্চলৰ গাঁওসমূহৰ উন্নয়নক লৈ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিক বাস্তৱত ৰূপায়িত কৰাৰ লক্ষ্যৰে ভৈয়াম জনজাতি উন্নয়ন নিগমে এই আঁচনিখন গ্ৰহণ কৰিছে। জোনাই সমষ্টিতে এই আঁচনিৰ অধীনত সৰ্বাধিক বিদ্যালয়ে আবাসিক ভৱন...