August 19, 2025 8:14 PM August 19, 2025 8:14 PM

views 7

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে লোকসভাত বিধেয়ক গৃহীত

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত উত্থাপন কৰা ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক ২০২৫ আজি লোকসভাত গৃহীত হয়। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান অর্থাৎ আই আই এম গুৱাহাটীক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছে । আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত আই আই এম স্থাপনৰ বাবে যোৱা ১২ আগষ্টত অনুমোদন জনায়। এই প্রতিষ্ঠান উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচা...

June 19, 2025 8:29 PM June 19, 2025 8:29 PM

views 16

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধান

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত দুটা দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ'ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহা...

June 10, 2025 7:56 PM June 10, 2025 7:56 PM

views 15

বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নির্মাতাসকলে একেলগ হৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত এটা পৰিস্থিতিতন্ত্ৰ গঠনৰ বাবে এয়াই হৈছে উপযুক্ত সময়। হায়দাবাদত যুৱ বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহ তথা গ্ল'বেল ইয়ং একাডেমীৰ বাৰ্ষিক সাধাৰণ বৈঠকত অংশ লৈ শ্ৰী প্ৰধানে বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। ভাৰতীয় সভ্যতাৰ পৰম্পৰাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বসুধৈৱ কুটুম্বকম-এখন পৃথিৱী এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ কেৱল...

March 16, 2025 7:54 PM March 16, 2025 7:54 PM

views 7

পাটনাৰ দানাপুৰ অঞ্চলৰ মেধাৱী কন্যা খুছবু কুমাৰীক কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ আর্থিক সহায়

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাৰ দানাপুৰ অঞ্চলৰ এগৰাকী মেধাৱী দৰিদ্ৰ কন্যা খুছবু কুমাৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন বাস্তৱায়িত কৰিবলৈ পিতৃ অপাৰগ হোৱা বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হোৱাত এই পদক্ষেপ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যা শিক্ষা প্ৰসাৰৰ বাবে অধিক যত্নপৰ। এনে ক্ষেত্ৰত তেওঁলোকক নিৰুৎসাহিত কৰা উচিত নহয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাটনাৰ জিলা দণ্ডাধীশক ছাত্ৰীগৰাকীক আর্থি...

February 21, 2025 6:11 PM February 21, 2025 6:11 PM

views 9

শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্রীক আহ্বান শিক্ষামন্ত্রীৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে তামিল ভাষা আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধপৰিকৰ। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টেলিনলৈ লিখা এখন পত্ৰত শ্ৰী প্ৰধানে শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থতে ৰাজনৈতিক ভাবাদর্শ উর্ধত থাকিবলৈ আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কোনো ভাষা জাপি দিয়াৰ পোষকতা নকৰে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি শাসনত নথকা ভালেমান ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়...

December 22, 2024 11:02 AM December 22, 2024 11:02 AM

views 7

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰকাশ

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাতো যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কালি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। এই বছৰ চৌধুৰী চৰণ সিং বঁটাৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত কাম কৰি থকা লোকসকলক সন্মান যচাৰ উদ্দেশ্যে এই বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰে। দেশৰ মুঠ ঘৰুৱা উৎপাদনত কৃষি অর্থনীতিৰ সৰ্বাধিক অৱদান আছে বুলি তেওঁ উল্লেখ কৰে।

November 6, 2024 7:59 PM November 6, 2024 7:59 PM

views 13

বিদ্যালক্ষ্মী আঁচনিত অনুমোদনেৰে উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব : শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৈছে যে, কেবিনেটে ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন দিয়াৰ ফলত উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব আৰু দেশৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণ কৰিব পাৰিব। শ্রীপ্রধানে সামাজিক মাধ্যমযোগে কয় যে, প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত অতিৰিক্ত বন্ধকীমুক্ত আৰু নিশ্চয়তা প্ৰদান কৰোতা অবিহনে লাভ কৰা শিক্ষা ঋণ ব্যৱস্থাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভৰ পথ সুগম কৰি তুলিব। ত...

October 14, 2024 7:37 PM October 14, 2024 7:37 PM

views 11

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছেঃ ধর্মেন্দ্র প্রধান

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে বুলি শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ কৌশলগত মিত্রতা মঞ্চই আয়োজন কৰা ভাৰত নেতৃত্ব শীর্ষ সন্মিলন ২০২৪ ত তেওঁ ভাষণ প্ৰসংগত এইকথা প্রকাশ কৰে। দেশত নতুন শিক্ষানীতি ৰূপায়ণৰ পঞ্চম বৰ্ষৰ বিষয়ে উল্লেখ কৰি তেওঁ এই দিশটোক প্ৰশংসা কৰে ৷ চৰকাৰে বিশ্ববিদ্যালয়সমূহক ভাৰতত শাখা মুকলি কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলিও তেওঁ সদৰি কৰে। শিক্ষার্...

August 2, 2024 2:58 PM August 2, 2024 2:58 PM

views 17

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব। সদনত শিক্ষা মন্ত্ৰ্যালয়ে দাবী মঞ্জুৰি সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰী প্ৰধানে এইদৰে প্ৰকাশ কৰে।

July 24, 2024 10:08 AM July 24, 2024 10:08 AM

views 13

নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আৰু ত্রুটিবিহীন পৰীক্ষা ব্যৱস্থাৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এক ত্রুটিবিহীন সংস্থাৰূপে গঢ়ি তুলিবলৈ চৰকাৰ দায়বদ্ধ। নীট কেলেংকাৰিৰ সৈতে জড়িত কাকোৱে ৰেহাই দিয়া নহ'ব ব...