May 6, 2025 8:54 AM May 6, 2025 8:54 AM

views 2

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। ৯ মে'ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয়া দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বি...

May 5, 2025 1:15 PM May 5, 2025 1:15 PM

views 13

অহা ৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু

অহা ৯ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু অনুষ্ঠিত হ'ব। প্ৰথমদিনাৰ কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন কৰাৰ লগতে বিহু দলসমূহক আদৰণি জনোৱা হ'ব। দ্বিতীয় দিনা কপৌ ফুল আৰু অন্য গছৰ পুলি ৰোপণ কৰা হ'ব। দিনৰ ভাগত গামোচা প্রতিযোগিতা অনুষ্ঠিত হ'ব। সেইদিনাই হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট কবি, সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° কৰবী ডেকা হাজৰিকাই স্মৰণিকা উন্মোচন কৰিব। ১১...

December 18, 2024 1:47 PM December 18, 2024 1:47 PM

views 9

আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা

পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ লগতে চিত্রাংকন, কবিতা আবৃত্তি, কুইজ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান, চিত্ৰ আৰু ভাস্কর্য শিল্পীৰ সৈতে আলাপ, সংবাদ কৰ্মীৰ সৈতে আলাপ আদি অনুষ্ঠানৰো দিহা কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিছে। আজি পুৱা ১০ বজাত উদযাপন সমিতিৰ সভাপতি ড০ গিৰিণ গগৈয়ে পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলিব। ইয়াৰ পাছতে লখিমপুৰ...

September 7, 2024 12:49 PM September 7, 2024 12:49 PM

views 9

ঢকুৱাখানা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অটন’মাছ কলেজৰ স্বীকৃতি প্ৰদান

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ঢকুৱাখানা মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত নৱ সংযোজন হিচাপে অটন'মাছ কলেজৰ স্বীকৃতি লাভ কৰিছে। ইফালে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত কালি লখিমপুৰৰ নৰ্থ বেংক কলেজৰ ৬৪ সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডº নিৰোদ বৰুৱা, লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঁই, মহাবিদ্যালয়ৰ অধ্যক্ষ ডº যুগল শ‍ইকীয়া, চিকিৎসক তথা কবি ডº প্রণয় ফুকন আদি উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ বি...