May 9, 2025 11:43 AM
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আজিৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত আজিৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত ফাট বিহু। আজি পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্ত...