June 27, 2025 11:52 AM
12
ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা ভাৰত চৰকাৰৰ
ভাৰত চৰকাৰে বাংলাদেশৰ ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে ঘটনাটোক অবৈধভাৱে ভূমি ব্যৱহাৰ কৰাৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি ধ্বংসৰ অনুমতি দিয়া পদক্ষেপক সমালোচনা কৰিছে । নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ঢাকাৰ খিলখেটত থকা দুৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ বাবে দুষ্কৃতিকাৰীয়ে হুলস্থুল কৰি আহিছিল। কিন্তু দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে মন্দিৰটোক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে এই বিষয়টোক অবৈধ ভূমি ব...