December 24, 2025 7:58 PM
14
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্রীসিঙে কয়, যে এনেধৰণৰ অপ্রীতিকৰ ঘটনাৰ পৰা কোনো সমস্যাৰ সমাধান নোলায়। তেওঁ জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে অন্য প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ অভিভাৱক সমাজৰ প্ৰতি আহ্বান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণি শৰ্মাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া...