November 6, 2024 1:21 PM

views 27

প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগতাৰ বাবে চাইবাৰ শাখাৰ বিজ্ঞপ্তি প্রকাশ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ শাখাই চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে এখন বিজ্ঞপ্তি প্রকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি কোনো ধৰণৰ প্রলোভন বা কমিচনৰ আশাত নিজৰ বেংক একাউণ্ট অন্য কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। তেনে কৰিলে সেই লোকজনকো চাইবাৰ অপৰাধী হিচাপে গণ্য কৰা হব। যদি কোনো বেংকৰ কৰ্মীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত সন্দেহজনক একাউণ্ট খোলাত সহায় কৰে তেন্তে তেনে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল...

October 20, 2024 11:05 AM

views 24

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অসমত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক পৰীক্ষাগাৰ স্থাপন হ’বঃ মুন্না প্রসাদ গুপ্তা

চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ডিজিটেল সাক্ষৰতা অত্যন্ত জৰুৰী বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই প্রকাশ কৰিছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত চাইবাৰ সুৰক্ষা বিষয়ত আলোচনাত অংশ লৈ শ্ৰীগুপ্তাই এইকথা উল্লেখ কৰে। তেওঁ কয় যে অপৰাধীসকলে বিভিন্ন কৌশল অৱলম্বন কৰি জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলায়। বিশেষকৈ সামাজিক মাধ্যমসমূহৰ জৰিয়তে তেঁওলোকে গ্ৰাহকৰ ওচৰ চপাৰ চেষ্টা কৰে। যিকোনো ধৰণৰ বিনামুলীয়া সেৱা বা সামগ্ৰী আগবঢ়োৱাৰ প্ৰস্তাৱ পালেই সহজেই বিশ্বাসত ...