May 11, 2025 8:26 PM

views 29

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই আজি সন্ধিয়া এখন সংবাদমেল যোগে অৱগত কৰে। সংবাদ মেলত স্থল সেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান ডি জি এম অ' লেফটেনেণ্ট জেনেৰল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ' এয়াৰ মার্শাল এ কে ভাৰ্টি আৰু নৌসেনা বাহিনীৰ ডি জি এম অ' ভাইচ এডমিৰেল প্ৰমোদে অংশগ্ৰহণ কৰে। স্থলসেনা বাহিনীৰ ডি জি এম অ গৰাকীয়ে কয় যে পেহেলগামত ২৬জন নিৰীহ লোকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই সন্ত্ৰাসবাদবিৰোধী অভিযান চলোৱা হৈছিল আৰু ইয়াৰ দ্বা...