June 18, 2025 12:35 PM

views 15

এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালনৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰ্যালোচনা বৈঠক

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নতুন দিল্লীত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালনৰ পৰ্যালোচনা কৰে। সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াই শেহতীয়াকৈ বিমানৰ ব্যৱস্থাপনা সম্পৰ্কীয় বিষয়ত অৱগত কৰা তথ্যক লৈ উদ্বেগ প্রকাশ কৰে। সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াক অভিযান্ত্ৰিক, পৰিচালন, গ্রাউণ্ড হেণ্ডলিং গোটৰ মাজত আভ্যন্তৰিন সহযোগিতা অক্ষুন্ন ৰাখি কঠোৰভাৱে সকলো নিৰ্দেশনা পালন কৰিবলৈ পৰামৰ্শ দিয়ে। বৈঠকত শেহতীয়াকৈ আকাশী পথ বন্ধ কৰি দিয়া বিশেষকৈ ইৰাণৰ আকাশী পথ বন্ধ কৰাৰ প...