July 24, 2025 7:43 PM July 24, 2025 7:43 PM

views 11

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে আজি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয়াবৰ্গই অংশগ্রহণ কৰা এই পর্যালোচনা বৈঠকত ড° গৌড়ে কেন্দ্ৰসমূহৰ অনুষ্ঠানশৈলীত অভিনৱত্ব সংযোগেৰে বিজ্ঞাপন আহৰণৰ অধিক প্রয়াস চলাবলৈ বিষয়াবৰ্গক নির্দেশ দিয়ে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰোতাসকলৰ উপযোগীকৈ অনুষ্ঠানসমূহ অধিক আকর্ষণীয় কৰি তুলিব পাৰিলেহে বিজ্ঞাপনৰ জৰিয়তে এই কেন্দ্ৰসমূহে উপাৰ্জন কৰিব পাৰিব। কাইলৈ বিয়লি ড° পা...

July 22, 2025 8:24 PM July 22, 2025 8:24 PM

views 17

আকাশবাণীৰ সঞ্চালক প্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় শ্বিলঙত উপস্থিত

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্ৰমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় আজি শ্বিলঙত উপস্থিত হয়। শ্বিলঙলৈ যোৱাৰ পথত সঞ্চালকপ্ৰধানগৰাকীক আজি আকাশবাণীৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ, উপ-সঞ্চালকপ্ৰধান ৰবীন চন্দ্র বড়ো, আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালকপ্রধান ৱালিউল্লা খান, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ আৰু আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান বিভাগৰ মুৰববী কাৰ্ডলিন থেংকিউকে ধৰি বিষয়াসকলে আদৰণি জনায়। কাইলৈ তেওঁ শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ...