October 24, 2024 1:03 PM

views 14

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ দেহাৱসান

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ কালি কলকাতাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। ভাৰতীয় তথ্য সেৱাৰ প্ৰাক্তন বিষয়া ডº বন্দোপাধ্যায় আকাশবাণীৰ বাতৰি সেৱা বিভাগ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰোসহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন শাখাত দীর্ঘদিন ধৰি সেৱা আগবঢ়াইছিল।