November 1, 2024 5:51 PM November 1, 2024 5:51 PM

views 12

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰৰ সিং ৰানাৰ মৃত্যু

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যৱসায়ী দেৱেন্দ্ৰৰ সিং ৰানাৰ যোৱা নিশা ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৯ বছৰ। তেওঁ ইহসংসাৰত মাতৃ, পত্নী, তিনিটা সন্তান আৰু কেন্দ্ৰীয় ৰাজ্যত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি দুজন ভাতৃক এৰি থৈ যায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰানাৰ মৃত্যুত শোক প্ৰকাশ কৰে। ছ'চিয়েল মিডিয়াত এটা পোষ্টত প্রধানমন্ত্ৰীয়ে ক...