September 10, 2024 9:14 PM

views 16

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয় মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত পৰামৰ্শমূলক সভা

ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয়ৰ মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত এখন পৰামৰ্শমূলক সভা অনুষ্ঠিত হয়। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মান উন্নীত কৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ পদক্ষেপ সন্দৰ্ভত ভাষণ আগবঢ়ায়। শিক্ষা বিভাগে এতিয়ালৈ সাত হাজাৰ ৫০০ গৰাকী গণিত আৰু বিজ্ঞান শিক্ষকক ৰাজ্যখনৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জৰিয়তে আবা...