February 9, 2025 11:31 AM

views 42

ত্ৰিপুৰা চৰকাৰৰ শিক্ষা, স্বাস্থ্য, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ত্ৰিপুৰা চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আগৰতলাত দুদিনীয়াকৈ আয়োজিত ডেষ্টিনেচন ত্ৰিপুৰা বাণিজ্য সন্মিলনত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। কালি এই সন্মিলনৰ সামৰণি পৰে। কেইবাটাও ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক চাহা, উদ্যোগ মন্ত্ৰী সান্তনা চাকমা আৰু ৰাজ্যখনৰ জ্যেষ্ঠ প্রশাসনিক আৰু আৰক্ষী বিষয়াৰ উপস্থিতিত এই চুক্তিসমূহ স্বাক্ষৰ কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে...