April 20, 2025 8:56 PM
Desert Flag-10 অনুশীলনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত উপস্থিত
Desert Flag-10 অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ আল ধাফ্ৰাৰ বায়ুঘাটিত উপস্থিত হৈছে। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনু...