October 15, 2024 7:05 PM

views 71

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন

অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে আজি গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত এটা প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। ৪৩ সপ্তাহৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত গোৱা আৰক্ষীৰ ১৩১ গৰাকী মহিলা আৰক্ষী কনিষ্টবলসহ ৭০০ জন কনিষ্টবলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে, প্ৰতিগৰাকী আৰক্ষীয়ে সন্মান, সাহস আৰু ন্যায় প্ৰদানৰ বাবে কৰ্তব্যত নিয়োজিত হ'ব লাগিব। তেওঁ প্ৰশিক্ষণৰত আৰক্ষী- জোৱানসকলক নিয়মানুৱৰ্তিতা, নম্রতা, শাৰীৰিক ...