December 23, 2024 8:13 PM

views 12

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা ১,৯৪৬ মণিপুৰ আৰক্ষী জোৱানৰ দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা এহেজাৰ ৯৪৬ আৰক্ষী জোৱানে আজি দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ কৰে। অসম আৰু মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে এই কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচ-কাৱাজৰ সামৰণিত ৰাজ্যপাল আচাৰ্যই এই জোৱানসকলক কৰ্তব্য আৰু দায়িত্বৰ শপতবাক্য পাঠ কৰায়। দীক্ষান্ত ভাষণত ৰাজ্যপাল আচাৰ্যই ১৬ শতিকাৰ মহান বীৰ লাচিত বৰফুকনৰ আদর্শেৰে অনুপ্ৰাণিত হৈ দেশ আৰু ৰাজ্যৰ সেৱা কৰি যাবলৈ জোৱানসকলক আহ্বান জনায়। কৰ্তব্য নিষ্ঠাৰ লগতে সমাজৰ প...