October 23, 2024 6:29 PM

views 17

জি এম চি এইচত ডেংগিত কোনো ৰোগীৰ মৃত্যু হোৱা নাই : অধীক্ষক ডাঃ অভিজিৎ শর্মা

শেহতীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ডেংগিত কোনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি কৰ্তৃপক্ষই সদৰি কৰিছে। এই সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে বিগত বৰ্ষৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ডেংগিত আক্রান্ত ১৭০ জন লোকক ভৰ্তি কৰোৱা হৈছিল। এই বছৰ ৮৩ জন ডেংগি আক্ৰান্তৰ নাম পঞ্জীয়ন কৰা হৈছে। ইয়াৰ ভিতৰত তিনিজন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ থকাৰ বিপৰীতে অন্য তিনিজনৰ মৃত্যু ঘটিছে। ডাঃ শৰ্মাই ডেংগি প্ৰতিৰোধৰ বাবে জনসাধাৰণক আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে ধোঁৱা দিয়াৰ ...