May 16, 2024 2:18 PM

views 17

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। ডেংগু সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতর্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি অহা হৈছে। এই বছৰৰ ডেংগু দিৱসৰ বিষয় বস্তু – সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগু নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কৰিমগঞ্জৰ জিলা আয়ুক্ত মৃদুল যাদৱে জিলাখনৰ বাসিন্দাসকলক আজি পুৱা ১০ বজাৰ পৰা ১০ বাজি ১০ মিনিটলৈ নিজৰ নিজৰ বাসস্থানৰ জলভাগ পৰিষ্কাৰ কৰা, প...