December 9, 2024 9:11 PM December 9, 2024 9:11 PM
7
দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু ইয়াৰ প্ৰভাৱক বিশ্ব পৰ্যায়ৰ বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে চৰকাৰে এই সন্দৰ্ভত সামগ্ৰিক প্ৰচেষ্টাৰে আগবাঢ়িছে বুলিও লগতে কয়। আজি উদ্বোধন কৰে। আজি ৰাজস্থানৰ জয়পুৰৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন – ২০২৪ উদ্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বর্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখ...